খাদ্য: আমি ক'ৰ পৰা পাওঁ | Class 6 Science Chapter 1 Assam | Food: Where does it Come From?

 Food: Where does it Come From?  
খাদ্য: আমি ক'ৰ পৰা পাওঁ

Class 6 Science Science Chapter 1 Assam



1. Do you Find that all living beings need the same kind of food ?
Ans. No, all living beings do not need the same kind of food.

১। সকলো জীৱৰ বাবেই একেই ধৰণৰ খাদ্য়ৰ প্ৰয়োজন বুলি তুমি ভাবানে?
উত্তৰঃ সকলো জীৱৰ বাবেই একে ধৰণৰ খাদ্য়ৰ প্ৰয়োজন নহয়।


2. Name five plants and their parts that we eat.
Ans. The 5 plants we eat and their parts are-
Brinjal - Fruit
Paddy plant - seed
Radish tree - root
Mango - Fruit
Soybean - Seed
Potato - Steam


২। আমি খোৱা ৫ বিধ উদ্ভিদ আৰু সিহঁতৰ অংশৰ উল্লেখ কৰা।
উত্তৰঃ আমি খোৱা 
 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰ হ'ল-
বেঙেনা - ফল
ধান - বীজ
মূলা গছ - শিপা
আম - ফল
ছয়াবিন - গুটি
আলু - গা গছ

3. Match the items in Column A with that in Column B

Column A

Column B

Milk, curd, peneer, ghee

Eat other animals

Spinach, cauliflower, carrot

Eat plants and plant product

Lions and tigers

Are vegetables

Herbivores

Are all animal products




Ans:

Column A

Column B

Milk, curd, peneer, ghee

Are all animal products

Spinach, cauliflower, carrot

Are vegetables

Lions and tigers

Eat other animals

Herbivores

Eat plants and plant product



উত্তৰঃ

Column A

Column B

গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ

প্ৰাণীজাত সামগ্ৰী

পালেং শাক, ফুলকবি

শাক-পাচলি

সিংহ আৰু বাঘে

আন প্ৰাণী খায়

তৃণভোজী প্ৰাণীয়ে

উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়






4. Fill up the blanks with the words given:
herbivore, plant, milk, sugarcane, carnivore
তৃণভোজী, উদ্ভিদজাত, গাখীৰ, কুহিঁয়াৰ, মাংসভোজী

Ans:
(a) Tiger is a Carnivore because it eats only meat.
(ক) বাঘ এবিধ মাংসভোজী প্ৰাণী কাৰণ ই কেৱল মাংস খায়।

(b) Deer eats only plant products and so, is called h
erbivore.
(খ) হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক তৃণভোজী বুলি কোৱা হয়।

(c) Parrot eats only plant  products.
(গ) ভাটৌৱে কেৱল উদ্ভিদজাত সামগ্ৰী খায়।

(d) The milk that we drink, which comes from cows, buffaloes and goats is an animal
(ঘ) গাখীৰ, যি গৰু, ম'হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী।

(e) We get sugar from sugarcane.
(ঙ) কুহিঁয়াৰ ৰ পৰা আমি চেনি পাওঁ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.