কয়লা আৰু পেট্ৰ’লিয়াম
1) চি.এন .জি (CNG) আৰু এল . পি . জি.(LPG) ক ইন্ধন হিচাপে ব্যবহাৰ কৰা সুবিধাসনূহ কি কি?উত্তৰ: চি.এন .জি (CNG) আৰু এল . পি . জি.(LPG) ক ইন্ধন হিচাপে ব্যবহাৰ কৰা সুবিধাসমূহ হʼল:
i) নলীৰ মাজেৰে সহজতে পৰিবহণ কৰিব পাৰি ।
2) ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যবহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰ: ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যবহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম বিটুমিন ।
3) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াৰটোৰ নাম কি ?
উত্তৰ: প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাহ সমূহত থকা অটব্য অৰণ্য সমূহ বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত মাটিৰ তলত পোত খাই গৈছিল । সময়ৰ গতিত ইয়াৰ ওপৰত অধিক মাটিৰ জমা হৈ এইবোৰত তাপ আৰু চাপৰ পৰিমাণ বাঢ়ি গৈছিল । উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল ।
4) খালী ঠাই পূৰ কৰা।
(a) ___, ___ আৰু ___ হৈছে জীৱাশ্মইন্ধন।
6) জীৱাশ্ম ইন্ধন সমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।
উত্তৰ: প্ৰকৃতিত পোৱা জীৱাশ্ম সম্পদসমূহৰ পৰিমাণ সীমিত । এই সম্পদসমূহ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে । মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে । সেয়ে জীৱাশ্ম ইন্ধনসমূহক নি:শেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় ।
7) ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সমূহ বৰ্ণনা কৰা ।
উত্তৰ: ক’কৰ বৈশিষ্ট্য হ'ল:
ii) তুনামূলকভাৱে কম বায়ু প্ৰদূষক।
iii))এইবোৰ দহনত কোনো ধৰণৰ অৱশিষ্ট পদাৰ্থ থাকি নাযায় ।
2) ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যবহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰ: ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যবহাৰ কৰা পেট্ৰ’লিয়ামজাত সামগ্ৰীটোৰ নাম বিটুমিন ।
3) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াৰটোৰ নাম কি ?
উত্তৰ: প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাহ সমূহত থকা অটব্য অৰণ্য সমূহ বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত মাটিৰ তলত পোত খাই গৈছিল । সময়ৰ গতিত ইয়াৰ ওপৰত অধিক মাটিৰ জমা হৈ এইবোৰত তাপ আৰু চাপৰ পৰিমাণ বাঢ়ি গৈছিল । উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল ।
এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলে ।
4) খালী ঠাই পূৰ কৰা।
(a) ___, ___ আৰু ___ হৈছে জীৱাশ্মইন্ধন।
কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ
(b) পেট্ৰলিয়ামৰ উপাদানসমূহৰ পূথকীৰণ প্ৰক্ৰিয়াটোৰক ___ বোলা হয়।
উত্তৰ: শোধন
(c) আটাইতকৈ কম প্ৰদূষিত কৰা যান -বাহনৰ ইন্ধন হ’ল ___

উত্তৰ: CNG ( সংকুচিত প্ৰাকৃতিক গেছ )।
5) তলত দিয়া উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ (অ) চিহ্নিত কৰা ।
(a) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি ।
উত্তৰ: অশুদ্ধ
(b) পেট্ৰʼলতকৈ চি . এন .জি. বেছি প্ৰদূষক ইন্ধন ।
উত্তৰ: অশুদ্ধ
(c) ক’ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।
উত্তৰ: শুদ্ধ
(d) আলকতৰা হৈছৈ বিভিন্ন উংপাদনৰ এটা মিশ্ৰণ ।
উত্তৰ: শুদ্ধ
(e) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।
উত্তৰ: অশুদ্ধ
5) তলত দিয়া উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ (অ) চিহ্নিত কৰা ।
(a) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি ।
উত্তৰ: অশুদ্ধ
(b) পেট্ৰʼলতকৈ চি . এন .জি. বেছি প্ৰদূষক ইন্ধন ।
উত্তৰ: অশুদ্ধ
(c) ক’ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।
উত্তৰ: শুদ্ধ
(d) আলকতৰা হৈছৈ বিভিন্ন উংপাদনৰ এটা মিশ্ৰণ ।
উত্তৰ: শুদ্ধ
(e) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।
উত্তৰ: অশুদ্ধ
6) জীৱাশ্ম ইন্ধন সমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।
উত্তৰ: প্ৰকৃতিত পোৱা জীৱাশ্ম সম্পদসমূহৰ পৰিমাণ সীমিত । এই সম্পদসমূহ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে । মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে । সেয়ে জীৱাশ্ম ইন্ধনসমূহক নি:শেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় ।
7) ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সমূহ বৰ্ণনা কৰা ।
উত্তৰ: ক’কৰ বৈশিষ্ট্য হ'ল:
a)ই এবিধ কঠিন সছিদ্ৰ, ক'লাবৰণীয়া পদাৰ্থ।
8) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ’লিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা ।
উত্তৰ: সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাত ইহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত জমা হৈ বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই পোত গৈছিল। সময়ৰ গতিত অত্যাধিক তাপ আৰু চাপৰ প্ৰভাৱে জীৱসমূহক পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে।
b) ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ।
ক’কৰ ব্যৱহাৰ হ'ল:
a)তীখা উৎপাদনত ব্যৱহাৰ কৰা হয় ।
b)ধাতু নিষ্কাষণত ব্যৱহাৰ কৰা হয় ।